
জৰ্জ বাৰ্নাৰ্ড শ্বৰ ‘আৰ্মচ এণ্ড মেন’, ‘কেণ্ডিডা’ আদি কেইখনমান গ্ৰন্থৰ সৈতে পৰিচয় হৈছিল যদিও ‘পিগমেলিয়ন’ মই পঢ়া নাছিলো। আনহাতেদি বিভিন্ন সময়ত কিতাপখনৰ বিষয়ে পঢ়ি বা শুনি আহিছিলো। এই সংক্ষিপ্ত অনুবাদটোৱে মোক কিতাপখনৰ সোৱাদ দিলে। ইমৰান শ্বাহ ডাঙৰীয়াৰ অনুবাদ এনে সুন্দৰ যে এখন অনুবাদ গ্ৰন্থ পঢ়ি থকাৰ দৰে নালাগে। কিতাপখন সকলোৱে পঢ়ি চাব পাৰে।
পিগমেলিয়ন
মূল গ্ৰন্থ : জৰ্জ বাৰ্নাৰ্ড শ্ব
অনুবাদ : ইমৰান শ্বাহ
২য় প্ৰকাশ : ডিচেম্বৰ ২০১২
শৰাইঘাট প্ৰকাশন
মূল্য: ৫০ টকা
0 comments:
Post a Comment