জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Monday, October 16, 2017

কোনে মোক কি বুলি কয়... : অসমীয়া কবিতাৰ শ্ৰব্য

 8:47:00 PM     Mp3 কবিতা     No comments   


মই কেতিয়াবা কথা নোকোৱাকৈ যদি
আনৰ কথাবোৰ শুনি থাকো,
মানুহে মোক গোমোঠা বুলি কয়!
কেতিয়াবা দুই এটা কথা কওঁ,
মানুহে মোক অহংকাৰী বুলি কয়!
কেতিয়াবা কাৰোবাক ভালপালে অলপ হয়তো বেছিকৈয়ে কথা কওঁ,
মানুহে মোক বহুবল্কী বুলি কয়!
অলপ যদি হাঁহি ধেমালি কৰোঁ,
মানুহে মোক বৰ ফটুৱা বুলিও কয়!
মুঠতে মানুহে মোক কিবা এটা নহয়, কিবা এটা বুলি কয়!
সেইবাবেই মই এন্ধাৰ ভালপাওঁ, ঘোৰ এন্ধাৰ..
তাত থাকিলে মোক কোনেও নেদেখে!
এন্ধাৰৰ সৈতে কথা পাতিবলৈ কোনো শব্দ নালাগে!
মোক কোনেও নুশুনে... কোনেও!

Poem: Kune Muk Ki Buli Koy...
Composer : Lakhya Prohor
Voice : Lakhya Prohor
DOWNLOAD
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Thursday, November 19, 2015

দুপৰ আৰু আবেলি [বাঁহীৰ সুৰ]

 12:53:00 PM     Mp3 কবিতা     4 comments   

দুপৰ আৰু আবেলি
বাঁহী : লক্ষ্যপ্ৰহৰ বৰদলৈ

‘‘এটা উত্তেজিত বাঁহীৰ সুৰত
ভোমোৰা উৰে
মোৰ হৃদপিণ্ডত ফুটা কৰে;
দীনতা প্ৰেমৰ, অনাহুত আৱেগৰ...
আকৌ বাঁহী বাজে, তথাপি বাঁহী বাজে...’’

Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, September 6, 2015

বেইমান কলিজা [অসমীয়া কবিতাৰ অ’ডিঅ’ এলবাম]

 12:51:00 PM     Mp3 কবিতা     No comments   

বহুকেইজন কবিৰ অসমীয়া কবিতাৰ অ’ডিঅ’ এলবাম

‘বেইমান কলিজা’

কণ্ঠ- লক্ষ্য প্ৰহৰ বৰদলৈ
সংগীত- অপৰূপ বৰা
পৰিকল্পনা- বিৰাজ শইকীয়া

কবিসকলৰ নামসমূহ-
দীপজ্যোতি বৰুৱা
সুব্ৰত মহন্ত
দীপজ্যোতি গগৈ
প্ৰাণজিৎ বৰুৱা
তুষেশ্বৰ হাজৰিকা
প্ৰাঞ্জল বৰুৱা
আৰু লক্ষ্য প্ৰহৰ বৰদলৈ

ডাউনল’দ কৰিবলৈ তলৰ লিংকসমূহত ক্লিক কৰক :

•বেইমান কলিজা
•তেন্তে প্ৰেমিক আপুনি
•চৰিআলিত আড্ডা মৰা ল’ৰাবোৰ
•ৰাতি ৰাতি গোন্ধায়
•আহিনৰ চোতালত
•বেকাৰ
•তুমি তোমাৰ দৰেই
•মই মোক বিদায় দিওঁ
•মৃত্যুৰ ৰহস্য
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, November 14, 2014

মই অভিনেতা নতুন সময়ৰ : সুব্ৰত মহন্ত

 7:20:00 PM     Mp3 কবিতা     No comments   




কবিতাঃ অভিনেতা
কণ্ঠ আৰু পৰিকল্পনাঃ লক্ষ্য প্ৰহৰ বৰদলৈ
কথা : সুব্ৰত মহন্ত
ডাউনলদ কৰিবলৈ তলৰ লিঙ্কত ক্লিক্ কৰক

DOWNLOAD
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog