জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Friday, August 21, 2020

ইণ্টাৰনেটত অসমীয়া লিখা সঁজুলিসমূহ

 6:06:00 PM     সহায়     No comments   

www.jibonenedorei.blogspot.in
বৰ্তমান সময়ত ইণ্টাৰনেটত অসমীয়া লিখিবলৈ, আগৰ দিনৰ দৰে জটিল হৈ থকা নাই৷ বিভিন্নজনে ইতিমধ্যে বহুকেইখন অসমীয়া কীব’ৰ্ড সাজি উলিয়াইছে যদিও মোৰ চিনাকি এগৰাকী ব্যক্তিয়ে স্বেচ্ছাসেৱী মনোভাৱেৰে ইণ্টাৰনেটত আমাৰ অসমীয়া ভাষাটোৰ উন্নয়নৰ হকে বহুকেইটা কামৰ গুৰি ধৰি সেইকেইটা কাম সুন্দৰকৈ সম্পূৰ্ণও কৰিছে৷ তেখেতৰ নামটো হ’ল শ্ৰীযুত মৃদুল কুমাৰ শৰ্মা৷ ২০১৯ চনৰ কোনো এটা দিনত তেখেত আৰু তেখেতৰ কেইবাগৰাকীও সহকৰ্মীয়ে লগ হৈ লাচিত.অৰ্গ নামৰ এটা ৱেবচাইট সাজি উলিয়াই তাতেই তেওঁলোকৰ দ্বাৰা তৈয়াৰ হোৱা বিভিন্ন ধৰণৰ ছফ্টৱেৰসমূহ বিনামূলীয়াকৈ ডাউনল’ড কৰাৰ ব্যৱস্থা কৰি দিছে৷ আমাৰ ভাষা আৰু সাহিত্যৰ জয় জয়কাৰেই হ’ল তেওঁলোকৰ মুখ্য উদ্দেশ্য৷
 
মই যোৱাবছৰৰ পৰাই মোৰ ম’বাইল আৰু কম্পিউটাৰত ইউনিক’ডত অসমীয়া লিখিবলৈ লাচিত.অৰ্গৰ দ্বাৰা নিৰ্মিত ছফ্টৱেৰসমূহ ব্যৱহাৰ কৰি আহিছোঁ৷ আৰু বৰ সহজে অসমীয়া আখৰবোৰ লিখিবলৈ সক্ষম হৈছোঁ৷অৱশ্যে মই লাচিত.অৰ্গৰ ইন্সক্ৰিপ্ট কীব’ৰ্ডখনহে ব্যৱহাৰ কৰোঁ৷ কাৰোবাৰ বাবে সেইখন কীব’ৰ্ড কিছু জটিল হ’ব পাৰে৷ তেওঁলোকে লাচিতৰ ফ’নেটিক কীব’ৰ্ডো ব্যৱহাৰ কৰিব পাৰে৷ তলত লাচিত.অৰ্গৰ ৱেবচাইটত থকা কীব’ৰ্ড পৃষ্ঠাৰ যোগসূত্ৰটো দিয়া হ’ল, তাৰপৰাই আপোনালোকৰ প্ৰয়োজনমতে ডাউনল’ড কৰি ল’ব পাৰিব৷
লাচিত.অৰ্গৰ কী ব’ৰ্ডসমূহ
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, February 4, 2015

অসমীয়া বৈদ্যুতিন আলোচনীৰ ঠিকনা

 12:35:00 PM     সহায়     No comments   






•সাহিত্য.অৰ্গ
www.xahitya.org

•এনাজৰী.কম
www.enajori.com

•গণিত চ’ৰা
www.gonitsora.com

•আখৰ.ইন
www.aakhar.in

•অন্বেষা
অসমীয়া
www.anvesha.co.in
ইংৰাজী
www.anvesha.co.in
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Saturday, May 17, 2014

অসমীয়া ব্লগৰ ঠিকনা

 11:58:00 PM     সহায়     No comments   

তলৰ মন্তব্য বাকচত আপোনালোকৰ ব্লগৰ ঠিকনাসমূহ জনাবলৈ নাপাহৰিব


অনুভৱ (বিৰিঞ্চি বৰা)

অসমীয়া ব্লগ (প্ৰিয়াংকু শৰ্মা)

আশাৰ দুবৰি (যতীন্দ্রনাথ দুৱৰা)

আমি অসমীয়া (মনজিৎ নাথ)

আকাশ, গুঞ্জন, অসমীয়া (যামিনী অনুৰাগ)

মোৰ অন্তৰৰ দুৱাৰ (মনোজ মন কলিতা)

স্পন্দন (বিশ্বজিৎ নাথ)

মন কহুৱা বন (বৰ্ণালী দেউৰী বৰা)

প্ৰত্যাশা (অঞ্জল বৰা)

খাৰ নোখোৱাৰ কলম (অক্লান্তিকা শইকীয়া)

যি মন যায় (ড. প্ৰবোধ বৰা)

বিজ্ঞানৰ বিচিত্ৰ কথা (ড. প্ৰবোধ বৰা)

জালপঞ্জী (বিক্ৰম বৰুৱা)

অনুভূতিৰ ভৰপক (পংকজ বৰা)

বৰ্ণমালা (পল্লৱ প্রাণ গোস্বামী)

মোৰ কবিতা (কাঞ্চন গগৈ)

মোৰ ভাৱৰ বুৰবুৰণি (চৈতন্য ভৰদ্বাজ)

সুগন্ধি পখিলা (প্ৰথম অসমীয়া সমূহীয়া ব্লগ)

ইত্যাদি (হৃষীৰাজ শৰ্মা)

‘বিষ্ণুৰাভা সংগীত’ৰলিপি (হৃষীৰাজ শৰ্মা)

হেৰাই যোৱা দিনবোৰ (শান্তনু চাংমাই)

গাজাৰী (শান্তনু চাংমাই)

ইপাৰে জীৱন-সিপাৰে মৃত্যু (উচ্চজিৎ কলিতা)

সত্ত্বা..... এক অবিৰত যাত্রা.. (মিতালী বর্মন)

স্বস্ত্যয়ন (সুস্মিতা বৰা)

অৱকাশ (মনোৰঞ্জন মজুমদাৰ)

তৰংগ (দিপাংকৰ চেতিয়া)

বুলজিৎ বুঢ়াগোহাঁইৰ ব্ল’গ (বুলজিৎ বুঢ়াগোহাঁই)

ভগ্নাংশ নিৰ্মাণ (মৃণাল জ্যোতি গোস্বামী)

ড০ সত্যকাম ফুকনৰ ব্ল’গ (ড০ সত্যকাম ফুকন)
 

বৰদৈচিলা (নীলাঞ্জনা মহন্ত)

দেৱ প্ৰতীম হাজৰিকাৰ ব্লগ (দেৱ প্ৰতীম হাজৰিকা)

[আগলৈ]
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, February 5, 2014

অসমৰ বিভিন্ন বাতৰি কাকতৰ যোগসূত্ৰ

 4:54:00 PM     সহায়     No comments   

অসমীয়া দৈনিক কাকতৰ ৱেবচাইটৰ ঠিকনাসমূহ:

• দৈনিক অসম
http://dainik.assamtribune.com/
• অসমীয়া প্রতিদিন
http://www.asomiyapratidin.in/
• অসমীয়া খবৰ
http://www.assamiyakhabor.com/
• নিয়মীয়া বার্তা
http://www.niyomiyabarta.org/
• আমাৰ অসম
http://amarasom.glpublications.in/
• আজিৰ অসম
http://www.sentinelassam.com/ajirasom
• দৈনিক অগ্রদূত
http://www.dainikagradoot.com/
• দৈনিক জনসাধাৰণ
http://www.janasadharan.in/
• দৈনিক জনমভূমি
http://www.dainikjanambhumi.co.in/
• দৈনিক জনমভূমিৰ সাপ্তাহিক পৰিপূৰিকা বসুন্ধৰা
http://www.dainikjanambhumi.co.in/magazine/index.html
• দৈনিক প্রান্তজ্যোতি
http://dainikprantojyoti.com/
• এদিনৰ সংবাদ
http://www.adinorsombad.in/
• গণ অধিকাৰ
http://www.ganaadhikar.com/

অসমীয়া সাপ্তাহিক:
• সাদিন (অসমীয়া সাপ্তাহিক)

ইংৰাজী বাতৰি কাকতসমূহ:
• The Assam Tribune
• The Sentinel
• Eastern Chronicle
• North East Times
• Panorama Guwahati
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • প্ৰেমৰ কবিতা: হীৰেন ভট্টাচাৰ্য
    মোৰ বুকুত কি জ্বলে! মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে! মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু-ৰুৱাই জ্বলে যে তাৰ ...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog