জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Sunday, April 5, 2020

এন্ধাৰত গজা পদ্যঃ বৈদ্যুতিন কিতাপ (লক্ষ্য প্ৰহৰ বৰদলৈ)

 1:19:00 PM     বৈদ্যুতিন পুথিভঁৰাল     2 comments   



'এন্ধাৰত গজা পদ্য' মোৰ টুকুৰা-টুকুৰি কিছু অনুভৱক একেলগ কৰি সাঁচি থোৱাৰ এক প্ৰয়াস। ইচ্ছা কৰিলে পঢ়ি চাব পাৰে। কিছুমান কথা হয়তো আপোনাৰ ভাল লাগিব পাৰে। এইখন ছপা কিতাপ নহয়, বৈদ্যুতিন কিতাপহে (Ebook)। এইখন আপুনি আপোনাৰ ম'বাইল, টেবলেট অথবা কম্পিউটাৰতহে পঢ়িব পাৰিব। ইয়াক পঢ়িবলৈ আপোনাৰ ম'বাইল, টেবলেট অথবা কম্পিউটাৰটোত পি.ডি.এফ. ৰিডাৰ থকাটো জৰুৰী।
ই-কিতাপখন ডাউনল'ড কৰিবলৈ তলৰ লিংকটোত ক্লিক্ কৰক -

ইয়াৰ পৰা ডাউনল'ড কৰিব পাৰে
অথবা
ইয়াৰ পৰা ডাউনল'ড কৰিব পাৰে







Tags : Assamese ebooks, endharot goja podyo, অসমীয়া বৈদ্যুতিন কিতাপ, অসমীয়া ই কিতাপ
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Newer Post Older Post Home

2 comments:

  1. কাঞ্চন6/4/20 12:36 AM

    সেই যে… আমলখি খাই উঠি পানী খোৱাৰ পিছত পোৱা সোৱাদ এটাৰ কথা কয় লক্ষ্য প্ৰহৰে! ই-কিতাপখন পঢ়ি অলপ তেনেকুৱাই অনুভৱ হৈছে!
    ঠিক যেন সঠিক বৰ্ণন কৰিব নোৱাৰা অনুভৱ এটা… খুব ধুনীয়া!

    সৰু সৰু কথাবোৰ ইমান ধুনীয়া! ৰাতিৰ কথাবোৰ ৰাতিৰ দৰেই - শান্ত, গহীন, গভীৰ! ৰাতিৰ কথাবোৰ লেখকৰ দৰেও- আলসুৱা… আকলুৱা… আলফুলীয়া… !


    লেখকলৈ ধন্যবাদ! আশা ৰাখিছোঁ আগলৈ লেখকৰ অন্য কিতাপ ছপা আকাৰত নিশ্চয় পঢ়িবলৈ পাম।

    ReplyDelete
    Replies
      Reply
  2. Lakhya Prohor Bordoloi6/4/20 8:28 PM

    মন্তব্যটি পাই সুখী হ’লো৷ আন্তৰিক ধন্যবাদ থাকিল আপোনালৈ৷ আগলৈ এখন ছপা কিতাপ প্ৰকাশ কৰাৰ কথা ভাবি থকা হৈছে৷ কামো কৰি থকা হৈছে৷ নাজানো কেতিয়া প্ৰকাশ হয়৷ প্ৰকাশ হ’লে নিশ্চয় গম পাব৷ এই ব্লগতেই তাৰ বিষয়ে লিখা হ’ব৷ ভাল লাগিল।

    ReplyDelete
    Replies
      Reply
Add comment
Load more...

জনপ্ৰিয় লেখা

  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • চেনাবৰ সোঁত মোৰ প্রথম উপন্যাস: মামণি ৰয়ছম গোস্বামী
    ‘চেনাবৰ সোঁত’ মোৰ প্ৰথম উপন্যাস। যদিও কিতাপ আকাৰে এই উপন্যাস ১৯৭২ চনত প্ৰকাশ পাইছিল, উপন্যাসখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ ১৯৬৪ চনত। অসমৰ জনপ্...
  • জীৱনত সুখ-দুখ ব্যস্ততা আৰু সৌন্দৰ্য্যবোধ: আলতাফ হোছেইন
    (১) জীৱনৰ প্ৰতিটো ক্ষণতে দুখৰ মুখামুখি হ’ব পৰাকৈ মানসিকভাৱে সাজু হৈ থাকি দৈনন্দিন কাম-কাজত আগবাঢ়ক। কিয়নো অপ্ৰিয় হ’লেও এইটো সঁচা যে দুখ জী...
  • ৰহস্যময়ী জাতিংগা...
    জাতিংগা -পক্ষীৰ ৰহস্যময় আগমনৰ বাবেই বিখ্যাত। হাফলং নগৰৰ পৰা ৯-১০ কি.মি. দক্ষিণত অৱস্থিত ই এখন সৰুগাঁও। জেমি নগা ভাষাৰ এই শব্দটোৰ অর্থ হ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

172

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © 2025 জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog