•পাৰ্বতীয়ে ভগৱান শিৱক পতিৰূপে লাভ কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। কিন্তু পাৰ্বতীৰ মাতৃ মেনকাই নিজ কন্যাৰ এনে তপস্যাত বাধাৰ সৃষ্টি কৰিবৰ সময়ত পাৰ্বতীয়ে উচ্চাৰণ কৰা এটা শব্দৰ পৰা সৃষ্টি হৈছিল দুৰ্গা দেৱীৰ আন এটা নাম। নামটো হ’ল উ-মা।
•দুৰ্গা পূজাৰ মূল প্ৰতিমাৰ লগত থাকে গণেশ, কাৰ্তিক, লক্ষ্মী দেৱী আৰু সৰস্বতী দেৱীৰ প্ৰতিমা।
•কাৰ্তিকে এটা ময়ূৰ চৰাইক বাহনৰূপে ব্যৱহাৰ কৰে। সেই চৰাইটোৰ নাম হ’ল পাৰবনী।
•দুৰ্গা পূজাৰ সময়ত (পূজাৰ লগত সংগতি ৰাখি) ভাৰতত পালন কৰা হয় আন দুই উৎসৱৰ। সেই উৎসৱ দুটা হ’ল দশেৰা আৰু নৱৰাত্ৰী।
•দুৰ্গা পূজা প্ৰথমে পৃথিৱীত আয়োজন কৰিছিল এজন ৰজাই। তেতিয়া দুৰ্গা পূজা গ্ৰীষ্ম কালত হৈছিল। সেই ৰজাজন আছিল সুৰথ ৰজা।
•দুৰ্গা পূজাৰ সপ্তমীৰ নিশা বাহী হোৱা চাউলৰ ভোগ প্ৰস্তুত কৰা হয়। এই ভোগ প্ৰস্তুত হোৱাৰ পিছত এক বিশ্বাস আছে যে, সেইদিনা দেৱী দুৰ্গাই ধনীলোকৰ ঘৰ ত্যাগ কৰি দুখীয়া ব্ৰাহ্মণৰ নিঃকিন খাদ্য গ্ৰহণ কৰিবলৈ যায়।

0 comments:
Post a Comment