•অসমৰ সবাতোকৈ ডাঙৰ আৰু সৰু ৰাষ্ট্ৰীয় উদ্যান দুখন হ’ল ক্ৰমে কাজিৰঙা আৰু মানাহ।
•গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ।
•গদাধৰ সিংহই গুৱাহাটী মহানগৰীৰ মাজভাগত উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল।
•‘হস্তী বিদ্যাৰ্ণৱ’ পুথিখনি স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্বকালত ৰচিত হৈছিল।
•অসমৰ আটাইতকৈ সৰু (মাটিকালিৰ ক্ষেত্ৰত) জিলাখন হ’ল বঙাইগাঁও।
•১৬৭২ চনত মৃত্যু হোৱা লাচিত বৰফুকনৰ মৈদামটো আছে যোৰহাটৰ সমীপৰ নৰা হিলৈদাৰী গাঁৱত।
•বিখ্যাত শৰাইঘাটৰ ৰণ ১৬৭১ চনত হৈছিল।
•১৭৯৪ চনত অসমৰ ৰাজধানী শিৱসাগৰ (ৰংপুৰ)ৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল।
0 comments:
Post a Comment