কোনোবা নিজানত বহি
মোৰ হেঁপাহ পলুৱাই
কান্দিবৰ মন গৈছে
জীয়াজুৰিৰ ফটফটীয়া
নিজান পানীয়ে ধুৱাই দিবহি
মোৰ শুকান দুচকু
শিল হৈ যোৱা
জলকা-বুকুত গজিব
ভালপোৱাৰ একোজোপা
গোলাপ
পাহে পাহে গান আৰু
তেজৰ কোৰ্হাল...
মোৰ হেঁপাহ পলুৱাই
কান্দিবৰ মন গৈছে
জীয়াজুৰিৰ ফটফটীয়া
নিজান পানীয়ে ধুৱাই দিবহি
মোৰ শুকান দুচকু
শিল হৈ যোৱা
জলকা-বুকুত গজিব
ভালপোৱাৰ একোজোপা
গোলাপ
পাহে পাহে গান আৰু
তেজৰ কোৰ্হাল...
0 comments:
Post a Comment