
...অকস্মাৎ মই; দুৰণিত এখন ঘন অৰণ্য দেখা পালোঁ৷ অৰণ্যখনৰ মাজেৰে চকুৰে মণিব পৰালৈকে এটা পোন দীঘলীয়া বাট৷ কিবা এক পুৰাতন আকৰ্ষণত মই যেন আগুৱাই গ’লো সেইফালে৷ তেনেতে দেখিলোঁ দীঘলীয়া পোন বাটটোৱে কেইবাটাও বাট হৈ পোৱালি মেলিছে৷ মই আচৰিত হ’লো৷...
সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...